অসম

১৯৫০ চনতে অসম বিধানসভাত গৰু হত্যা বন্ধৰ দাবী কৰিছিল মৌলৱী আব্দুল মতলিব মজুমদাৰে ! সদন উত্থাপন কৰিছিল Animal Preservation Bill

NewzNow · ২৬ নৱেম্বৰ ২০২৬

১ / ৫

১৯৫০ চনত অসম বিধানসভাত উত্থাপিত পশুধন সংৰক্ষণ বিধেয়কত উপযোগী পশুৰ সুৰক্ষা, কৃষি অৰ্থনীতি আৰু খাদ্যাভ্যাসৰ বিষয়ক লৈ বিস্তৃত আলোচনা হৈছিল।

২ / ৫

গৰু হত্যা, পশুধন সংৰক্ষণ আৰু ধৰ্মীয় খাদ্যাভ্যাসক লৈ অসমত চলি অহা বিতৰ্কৰ ইতিহাস বহু পুৰণি।

৩ / ৫

সেইদিনা বিধানসভাত বিধেয়কখন উত্থাপন কৰিছিল তদানীন্তন মন্ত্ৰী মৌলৱী আব্দুল মতলিব মজুমদাৰে।

৪ / ৫

‘উপযোগী পশুধনৰ হত্যা বন্ধ কৰাৰ দাবী বহুদিনীয়া’

৫ / ৫

বিধেয়কখনৰ উদ্দেশ্য ব্যাখ্যা কৰি মন্ত্ৰী মৌলৱী আব্দুল মতলিব মজুমদাৰে সদনত কৈছিল—

১৯৫০ চনতে অসম বিধানসভাত গৰু হত্যা বন্ধৰ দাবী কৰিছিল মৌলৱী আব্দুল মতলিব মজুমদাৰে ! সদন উত্থাপন কৰিছিল Animal Preservation...

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক