দেশ

‘জ্ঞানেশ কুমাৰ থাকিলে ট্ৰাম্পৰ পৰাজয় নহ’লহেঁতেন!’ আমেৰিকাৰ নিৰ্বাচনক লৈ অভিজিৎ দীপকেৰ কটাক্ষ

NewzNow · ৪ নৱেম্বৰ ২০২৬

১ / ৫

আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ ৰিপাব্লিকান দল ধাক্কা খোৱাৰ দাবীক লৈ ককৰোচ জনতা পাৰ্টিৰ অভিজিৎ দীপকে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক কটাক্ষ…

২ / ৫

৪ নৱেম্বৰঃ আমেৰিকাৰ Midterm Electionত ড’নাল্ড ট্ৰাম্পৰ Republican Partyয়ে House আৰু Senate—দুয়োখন সদনতে নিয়ন্ত্ৰণ হেৰুওৱাৰ পিছতে ভাৰততো ৰাজনৈতিক প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে।

৩ / ৫

সামাজিক মাধ্যম Xত অভিজিৎ দীপকে লিখিছে, “জ্ঞানেশ কুমাৰে কেতিয়াও ট্ৰাম্পৰ সৈতে এনে হ’বলৈ নিদিলেহেঁতেন।” তেওঁৰ এই মন্তব্যক ভাৰতৰ নিৰ্বাচন আয়োগ আৰু মুখ্য নিৰ্বাচন আয়ুক্তৰ ভূমিকাক লৈ কৰা…

৪ / ৫

অভিজিৎ দীপকে আৰু তেওঁৰ সহযোগীসকলে ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়া তথা নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ পূৰ্বৰে পৰা প্ৰশ্ন উত্থাপন কৰি আহিছে।

৫ / ৫

আনহাতে, CJPৰ মুখপাত্ৰ সৌৰভ দাসেও আমেৰিকাৰ নিৰ্বাচনী ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

‘জ্ঞানেশ কুমাৰ থাকিলে ট্ৰাম্পৰ পৰাজয় নহ’লহেঁতেন!’ আমেৰিকাৰ নিৰ্বাচনক লৈ অভিজিৎ দীপকেৰ কটাক্ষ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক