জুবিন গাৰ্গ ন্যায় দাবী সমিতিয়ে ৰাহুল গৌতম শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰি শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত এক শক্তিশালী অৰাজনৈতিক ঐক্যমঞ্চ গঠনৰ আহ্বান জনাইছে।
গুৱাহাটী, ২৮ অক্টোবৰঃ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীক অধিক শক্তিশালী কৰি তুলিবলৈ এক অৰাজনৈতিক ঐক্যমঞ্চ গঠনৰ আহ্বান জনাই ৰাহুল গৌতম শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিছে জুবিন গাৰ্গ ন্যায় দাবী…
পত্ৰখনত উল্লেখ কৰা অনুসৰি, যোৱা ২৫ অক্টোবৰত জুবিন ক্ষেত্ৰত অনুষ্ঠিত ৰাজহুৱা আলোচনা সভাত অসমৰ বিভিন্ন প্ৰান্তৰ শিল্পী, সাংবাদিক, আইনজ্ঞ আৰু সচেতন নাগৰিকৰ উপস্থিতিত ৰাহুল গৌতম শৰ্মাৰ প্ৰতি এই…
সমিতিখনে পত্ৰখনত উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ মজিয়াত হত্যাকাণ্ড বুলি অভিহিত কৰাৰ পাছতো গোচৰটোৰ অগ্ৰগতি আৰু অভিযোগনামাত থকা…
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰয়োজনীয় তথ্য-প্ৰমাণৰ ভিত্তিত পৰিপূৰক অভিযোগনামা দাখিল কৰিবলৈ অসম চৰকাৰ আৰু গৃহ বিভাগৰ ওচৰত দাবী জনাইছে সমিতিখনে।
newznow.in