অসম

এতিয়াৰে পৰা মাতৃসকলৰ লগতে পিতৃসকলেও পাব পিতৃত্বকালীন ছুটী- গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঘোষণা

NewzNow · ২৬ নৱেম্বৰ ২০২৬

১ / ৫

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰুষ বিষয়া আৰু কৰ্মচাৰীসকলৰ বাবে ১৪ দিনৰ দৰমহাসহ পিতৃত্বকালীন ছুটীৰ ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে।

২ / ৫

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যোগ্য পুৰুষ বিষয়া আৰু কৰ্মচাৰীসকলৰ বাবে ১৪ দিনৰ দৰমহাসহ পিতৃত্বকালীন ছুটীৰ ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে।

৩ / ৫

এই নিয়ম গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৱাহাটীত অৱস্থিত মূল পীঠৰ বিষয়া আৰু কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব।

৪ / ৫

সন্তান জন্মৰ ১৪ দিন আগৰ পৰা সন্তান জন্মৰ ছমাহৰ ভিতৰত কৰ্মচাৰীসকলে এই ছুটী ল'ব পাৰিব।

৫ / ৫

কেৱল সাধাৰণ প্ৰসৱৰ ক্ষেত্ৰতেই নহয়, দত্তক আৰু ছাৰোগেচিৰ জৰিয়তে পিতৃ হোৱা কৰ্মচাৰীসকলৰ বাবেও এই নিয়ম প্ৰযোজ্য হ'ব।

এতিয়াৰে পৰা মাতৃসকলৰ লগতে পিতৃসকলেও পাব পিতৃত্বকালীন ছুটী- গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঘোষণা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক