মনোৰঞ্জন

মহাকাশলৈ প্ৰেৰণ হালাল খাদ্য !মহাকাশচাৰী জিশ্বান আলীৰ বাবে ১০০ বিধতকৈ অধিক হালাল খাদ্যৰ ব্যৱস্থা

NewzNow · ২৬ নৱেম্বৰ ২০২৬

১ / ৫

চীনৰ তিয়ানগং মহাকাশ কেন্দ্ৰত পাকিস্তানী মহাকাশচাৰী জিশ্বান আলীৰ বাবে ১০০ বিধতকৈ অধিক হালাল খাদ্যৰ ব্যৱস্থা কৰা হৈছে।

২ / ৫

মহাকাশচাৰী মহম্মদ জিশ্বান আলীৰ বাবে মহাকাশলৈ এশবিধতকৈ অধিক হালাল খাদ্য।বাটাৰ চিকেন, বীফ নিহাৰী, লেম্ব কোর্মা, মছলাযুক্ত বুটমাহকে ধৰি একাধিক খাদ্য বাছনি মহাকাশচাৰী জিশ্বান আলীৰ বাবে।

৩ / ৫

এই খাদ্যৰ তালিকাত বাটাৰ চিকেন, বীফ নিহাৰী, লেম্ব কোৰ্মা আৰু মছলাযুক্ত বুটমাহৰ দৰে পৰম্পৰাগত পাকিস্তানী ব্যঞ্জন অন্তৰ্ভুক্ত কৰা হৈছে।

৪ / ৫

চীনৰ মহাকাশচাৰী কেন্দ্ৰৰ গৱেষক চেন জুনলিয়ে জানিবলৈ দিয়া মতে, জিশ্বান আলীৰ হালধি আৰু কাৰী মছলাৰ প্ৰতি থকা পছন্দৰ কথাও বিবেচনা কৰা হৈছে।

৫ / ৫

২০২৬ চনৰ ২৫ নৱেম্বৰত মহম্মদ জিশ্বান আলীয়ে শ্বেনঝৌ-২৪ মহাকাশযানেৰে তিয়ানগং মহাকাশ কেন্দ্ৰত উপস্থিত হয়।

মহাকাশলৈ প্ৰেৰণ হালাল খাদ্য !মহাকাশচাৰী জিশ্বান আলীৰ বাবে ১০০ বিধতকৈ অধিক হালাল খাদ্যৰ ব্যৱস্থা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক