আন্তঃৰাষ্ট্ৰীয়

বেলট পেপাৰ নে EVM? কেনেকৈ ভোট দিয়ে আমেৰিকানসকলে, কেনেকৈ হয় ভোটগণনা?

NewzNow · ৪ নৱেম্বৰ ২০২৬

১ / ৫

আমেৰিকাৰ ২০২৬ৰ Midterm Electionত ডেম’ক্ৰেটিক পাৰ্টিয়ে Congressৰ দুয়োখন সদনৰ নিয়ন্ত্ৰণ লাভ কৰিছে।

২ / ৫

আমেৰিকাৰ নিৰ্বাচনৰ ফলাফলক লৈ সমগ্ৰ বিশ্বতে চৰ্চা চলি থকাৰ সময়তে দেশখনৰ ভোটদান ব্যৱস্থাইও বিশেষ চৰ্চা লাভ কৰিছে।

৩ / ৫

আমেৰিকাৰ নিৰ্বাচনী ব্যৱস্থাৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল—সমগ্ৰ দেশৰ বাবে এটা নিৰ্দিষ্ট ভোটদান পদ্ধতি নাই।

৪ / ৫

আমেৰিকাৰ বহু ৰাজ্যত ভোটাৰে কাগজৰ বেলটত নিজৰ পছন্দৰ প্ৰাৰ্থীৰ নামৰ কাষত নিৰ্দিষ্ট চিহ্ন দি ভোটদান কৰে।

৫ / ৫

কিছুমান ঠাইত Direct Recording Electronic (DRE) Voting Machine ব্যৱহাৰ কৰা হয়।

বেলট পেপাৰ নে EVM? কেনেকৈ ভোট দিয়ে আমেৰিকানসকলে, কেনেকৈ হয় ভোটগণনা?

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক