অসম

পৰিৱেশ সংৰক্ষণত দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ অসমৰ

NewzNow · ২৬ নৱেম্বৰ ২০২৬

১ / ৫

চিএছইৰ প্ৰতিবেদন অনুসৰি পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত অসমে সমগ্ৰ দেশৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।

২ / ৫

গুৱাহাটী, ২৬ নৱেম্বৰ: পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে অসমে দ্বিতীয় স্থান লাভ কৰিছে।

৩ / ৫

প্ৰতিবেদনখনত মুঠ ১৬টা উপশ্ৰেণীৰ অধীনত ৪৮টা সূচকৰ ভিত্তিত দেশৰ ৰাজ্যসমূহৰ পৰিৱেশ সম্পৰ্কীয় কাম-কাজৰ বিশদ মূল্যায়ন কৰা হৈছে।

৪ / ৫

মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, অসম চৰকাৰে ৰাজ্যখনত ইতিমধ্যে ১৮ হাজাৰ হেক্টৰতকৈও অধিক বনভূমি পুনৰুদ্ধাৰ কৰিছে।

৫ / ৫

অসমৰ বনাঞ্চল, নদ-নদী আৰু চহকী বন্যপ্ৰাণীক ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ প্ৰাকৃতিক সম্পদ হিচাপে অভিহিত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পৰিৱেশ সংৰক্ষণ আৰু সঠিক পৰিচালনাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা…

পৰিৱেশ সংৰক্ষণত দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ অসমৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক