অসম

মৈৰাবাৰীত বাল্য বিবাহ, শিশু সুৰক্ষা আৰু নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা

NewzNow · ২৬ নৱেম্বৰ ২০২৬

১ / ৫

মৈৰাবাৰী, ২৬ নৱেম্বৰঃ বাল্য বিবাহ প্ৰতিৰোধ, শিশুৰ অধিকাৰ আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে অবৈধ কাৰ্যকলাপ আৰু নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে মৈৰাবাৰীত…

২ / ৫

সভাত বাল্য বিবাহৰ কু-প্ৰভাৱ, শিশুৰ অধিকাৰ, শিশু সুৰক্ষাৰ বিভিন্ন দিশ আৰু নিচাযুক্ত দ্ৰব্য সেৱনৰ ভয়াৱহতাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়।

৩ / ৫

সভাত নিৰীক্ষক হিচাপে উপস্থিত থাকে জিলা শিশু সুৰক্ষা বিষয়া বৰ্ণালী ৰাজকুমাৰী।

৪ / ৫

ইয়াৰ উপৰি মৈৰাবাৰী গাঁও পঞ্চায়তৰ বিষয়ববীয়া, সদস্য-সদস্যাসকলৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি আৰু স্থানীয় ৰাইজে সভাত অংশগ্ৰহণ কৰে।

৫ / ৫

উল্লেখ্য যে, বাল্য বিবাহ প্ৰতিৰোধ, শিশু সুৰক্ষা আৰু নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সামাজিক প্ৰতিৰোধ গঢ়ি তোলাৰ ক্ষেত্ৰত মৈৰাবাৰী অঞ্চলত সজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তা আছে।

মৈৰাবাৰীত বাল্য বিবাহ, শিশু সুৰক্ষা আৰু নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক