মনোৰঞ্জন

মুঠ কিমান টকা উপাৰ্জন কৰিলে 'ৰৈ ৰৈ বিনালে' ছবিখনে ? কিমান লাভ হ'ব নির্মাতাৰ ? প্ৰথমবাৰৰ বাবে হিচাপ কৰিলে ৰাজহুৱা

NewzNow · ২৬ নৱেম্বৰ ২০২৬

১ / ৫

শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ উপাৰ্জন আৰু ব্যয়ৰ সম্পূৰ্ণ হিচাপ ৰাজহুৱা কৰিলে নিৰ্মাতা সংস্থাই।

২ / ৫

গুৱাহাটী, ২৬ নৱেম্বৰ: জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ উপাৰ্জন আৰু ব্যয়ৰ সম্পূৰ্ণ হিচাপ ৰাজহুৱা কৰিছে নিৰ্মাতা সংস্থা ‘আই ক্ৰিয়েশ্যন’ আৰু ‘জিল ক্ৰিয়েশ্যনছে’।

৩ / ৫

প্ৰকাশিত হিচাপ অনুসৰি, ‘ৰৈ ৰৈ বিনালে’ৰ মুঠ ৰাজহৰ পৰিমাণ ৪৩ কোটি ২ লাখ ৪১ হাজাৰ ৫৩৯ টকা।

৪ / ৫

নিৰ্মাতা সংস্থাৰ তথ্য অনুসৰি, ছবিখনৰ নিৰ্মাণৰ নামত মুঠ ৩ কোটি ৫৪ লাখ ৩৫ হাজাৰ ৮৫৬ টকা ব্যয় হৈছে।

৫ / ৫

কৰ আৰু অন্যান্য ব্যয়ৰ ক্ষেত্ৰত জিএছটি হিচাপে ৩ কোটি ৭৯ লাখ ৩ হাজাৰ ৫৫৫ টকা, বিতৰণৰ নামত ১ কোটি ৬ লাখ ২৪ হাজাৰ ২৮১ টকা, ভি পি এফ মাচুল হিচাপে ৪৩ লাখ ১৮ হাজাৰ ২৮৩ টকা আৰু আয়কৰ হিচাপে ৪ কোটি…

মুঠ কিমান টকা উপাৰ্জন কৰিলে 'ৰৈ ৰৈ বিনালে' ছবিখনে ? কিমান লাভ হ'ব নির্মাতাৰ ? প্ৰথমবাৰৰ বাবে হিচাপ কৰিলে ৰাজহুৱা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক