অসম

যোগীঘোপাত নৰনাৰায়ণ সেতুৰ সমীপত ১৩জন বাংলাদেশী নাগৰিকক আটক

NewzNow · ২৬ নৱেম্বৰ ২০২৬

১ / ৫

বঙাইগাঁও জিলাৰ যোগীঘোপাত বৈধ নথিপত্ৰ নোহোৱাকৈ ভাৰতত প্ৰৱেশ কৰা ১৩জন বাংলাদেশী নাগৰিকক আৰক্ষীয়ে আটক কৰিছে।

২ / ৫

যোগীঘোপাত একেলগে ১৩ বাংলাদেশীক আটক।

৩ / ৫

বঙাইগাঁও জিলাৰ যোগীঘোপাত আৰক্ষীৰ এক বিশেষ অভিযানত একেলগে ১৩জন বাংলাদেশী নাগৰিকক আটক কৰা হৈছে।

৪ / ৫

বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি যোগীঘোপা থানাৰ অন্তৰ্গত নৰনাৰায়ণ সেতুৰ সমীপত এই অভিযান চলায়।

৫ / ৫

আটকাধীন লোকসকলক আহদ আলী (২০), আমিন খান (২৪), আমিনুল ইছলাম (১৮), আশাদুল আলী (২৫), ইছাৰুল ইছলাম (২৪), জেম শ্বেখ (২১), মাছাৰুল ইছলাম (২২), মিজেন শ্বেখ (২১), মিথুন শ্বেখ (২৬), মহম্মদ ৰাছেল আলী…

যোগীঘোপাত নৰনাৰায়ণ সেতুৰ সমীপত ১৩জন বাংলাদেশী নাগৰিকক আটক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক