অসম

শিৱসাগৰত এয়াৰ ৰেইড আৰু ব্লেকআউট মক ড্ৰিল, ছাইৰেনৰ শব্দত আতংকিত জনতা; যুদ্ধকালীন পৰিস্থিতিৰ আখৰা

NewzNow · ২৬ নৱেম্বৰ ২০২৬

১ / ৫

শিৱসাগৰ, ২৬ নৱেম্বৰঃ ছাইৰেনৰ বিকট শব্দই কঁপাই তুলিলে সমগ্ৰ পৰিৱেশ।

২ / ৫

শিৱসাগৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ অধীনত জিলা অসামৰিক প্ৰতিৰক্ষা (Civil Defence) বিভাগে জিলাখনৰ বিভিন্ন জৰুৰীকালীন সেৱা বিভাগৰ সহযোগত শিৱসাগৰ ৰাজ্যিক পৰিবহণ নিগমৰ (ASTC) চৌহদত এই…

৩ / ৫

এই অনুশীলনৰ সময়ত ছাইৰেন বজাই সম্ভাৱ্য আকাশী আক্ৰমণৰ সতৰ্কবাণী দিয়াৰ লগতে ব্লেকআউটৰ পৰিস্থিতিৰ সৃষ্টি কৰা হয়।

৪ / ৫

শিৱসাগৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত জিলা প্ৰশাসন, জিলা আৰক্ষী প্ৰশাসন, দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, অগ্নি আৰু জৰুৰীকালীন সেৱা, স্বাস্থ্য বিভাগ, লোক নিৰ্মাণ বিভাগ…

৫ / ৫

জৰুৰীকালীন পৰিস্থিতিত বিভিন্ন বিভাগৰ মাজত সমন্বয় স্থাপন, তাৎক্ষণিক সঁহাৰি আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত এনে অনুশীলন বিশেষভাৱে গুৰুত্বপূৰ্ণ।

শিৱসাগৰত এয়াৰ ৰেইড আৰু ব্লেকআউট মক ড্ৰিল, ছাইৰেনৰ শব্দত আতংকিত জনতা; যুদ্ধকালীন পৰিস্থিতিৰ আখৰা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক