অসম

ডাঃ হাবে টেৰনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ৰাজনৈতিক ষড়যন্ত্ৰ: তুলিৰাম ৰংহাং

NewzNow · ২৬ নৱেম্বৰ ২০২৬

১ / ৫

বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰনৰ বিৰুদ্ধে এগৰাকী মহিলাই কৰা অভিযোগ ভিত্তিহীন আৰু উদ্দেশ্যপ্ৰণোদিত বুলি দাবী কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ।

২ / ৫

গুৱাহাটী, ২৬ নৱেম্বৰ: অসম বিধানসভাৰ উপাধ্যক্ষ তথা বিজেপি বিধায়ক ডাঃ হাবে টেৰনৰ বিৰুদ্ধে এগৰাকী মহিলাই উত্থাপন কৰা গুৰুতৰ অভিযোগক পোনচাটেই নাকচ কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য…

৩ / ৫

বুধবাৰে হাওৰাঘাটত অনুষ্ঠিত এক সংবাদমেলত তুলিৰাম ৰংহাঙে কয় যে হাবে টেৰনৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ কোনো প্ৰমাণ নাই।

৪ / ৫

উল্লেখ্য যে ক'ভিড মহামাৰীৰ সময়ত চিকিৎসা সেৱা আগবঢ়াবলৈ গৈ ডাঃ টেৰনৰ সৈতে সম্পৰ্ক গঢ়ি উঠা বুলি এগৰাকী মহিলাই অভিযোগ উত্থাপন কৰিছিল।

৫ / ৫

মহিলাগৰাকীৰ অভিযোগ অনুসৰি তেওঁক গুৱাহাটীৰ এটা ভাৰাঘৰত ৰখা হৈছিল।

ডাঃ হাবে টেৰনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ৰাজনৈতিক ষড়যন্ত্ৰ: তুলিৰাম ৰংহাং

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক