অসম

বজালীৰ বিদ্যালয়ত মানসিক নিৰ্যাতনৰ অভিযোগ শিক্ষয়িত্ৰীৰ, মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ হস্তক্ষেপ দাবী

NewzNow · ২৬ নৱেম্বৰ ২০২৬

১ / ৫

বজালীৰ মাজগাঁও এইচ জে এণ্ড নৱশক্তি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে মানসিক নিৰ্যাতন আৰু পদমৰ্যাদা খৰ্ব কৰাৰ অভিযোগ উত্থাপন কৰিছে।

২ / ৫

বজালী, ২৬ নৱেম্বৰ: বজালী জিলাৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এগৰাকী শিক্ষয়িত্ৰীয়ে মানসিক নিৰ্যাতনৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰিছে।

৩ / ৫

অভিযোগ দাখিল কৰা শিক্ষয়িত্ৰীগৰাকী হৈছে মাজগাঁও এইচ জে এণ্ড নৱশক্তি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ড০ কিংকিণী দাস।

৪ / ৫

অভিযোগ অনুসৰি, শেহতীয়াকৈ বিদ্যালয়খনত বিদ্যালয় পৰিচালনা সমিতি (এছএমচি) গঠনৰ উদ্দেশ্যে এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছিল।

৫ / ৫

শিক্ষয়িত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে শৈক্ষিক দায়িত্বত থকাৰ সময়ছোৱাত শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ বাবে এটা সুস্থ শৈক্ষিক পৰিৱেশ বজাই ৰাখিবলৈ তেওঁ অহোপুৰুষাৰ্থ কৰি আহিছে।

বজালীৰ বিদ্যালয়ত মানসিক নিৰ্যাতনৰ অভিযোগ শিক্ষয়িত্ৰীৰ, মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ হস্তক্ষেপ দাবী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক