ৰাজনীতি

সমাজবাদী পাৰ্টীৰ ইস্তাহাৰ প্ৰকাশঃ মহিলা, শ্ৰমিক আৰু কাৰিকৰক বছৰি ৪০ হাজাৰ-নিবনুৱা স্নাতকক মাহে ৫ হাজাৰ!

NewzNow · ২৬ নৱেম্বৰ ২০২৬

১ / ৫

২০২৭ চনৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ লক্ষ্যৰে ইস্তাহাৰ প্ৰকাশ কৰি সমাজবাদী পাৰ্টীয়ে নিবনুৱা স্নাতকক মাহে ৫ হাজাৰ টকা আৰু বৃদ্ধা-শ্ৰমিকক বাৰ্ষিক ৪০ হাজাৰ টকা পেঞ্চন দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

২ / ৫

নতুন দিল্লী, ২৬ নৱেম্বৰঃ ২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি বৃহস্পতিবাৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে সমাজবাদী পাৰ্টীয়ে।

৩ / ৫

ইয়াৰ উপৰি বৃদ্ধা মহিলা, শ্ৰমিক, মহিলা কৰ্মী আৰু কাৰিকৰসকলক বছৰি ৪০ হাজাৰ টকাকৈ পেঞ্চন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

৪ / ৫

শিক্ষা খণ্ডৰ বাবে সমাজবাদী পাৰ্টীয়ে ৰাজ্যিক শিক্ষা নীতি প্ৰণয়ন, বৰ্তমান চৰকাৰৰ দিনত বন্ধ হোৱা ২৬ হাজাৰ প্ৰাথমিক বিদ্যালয় পুনৰ মুকলি কৰা, ডাঙৰ চহৰসমূহত আৱাসিক ছাত্ৰাবাস নিৰ্মাণ আৰু দ্বাদশ…

৫ / ৫

ইস্তাহাৰত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ৰোধৰ বাবে বিষয়া আৰু মন্ত্ৰীসকলক ব্যক্তিগতভাৱে জবাবদিহি কৰাৰ ব্যৱস্থা, কৃষকৰ ঋণ ৰেহাই, পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দিষ্ট সময়সীমা আৰু অগ্নবীৰসকলক ৰাজ্যিক…

সমাজবাদী পাৰ্টীৰ ইস্তাহাৰ প্ৰকাশঃ মহিলা, শ্ৰমিক আৰু কাৰিকৰক বছৰি ৪০ হাজাৰ-নিবনুৱা স্নাতকক মাহে ৫ হাজাৰ!

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক