ৰাজনীতি

কথাতকৈ কামত গুৰুত্ব দিয়ক: ইমৰান মাছুদক খাৰ্গেৰ নিৰ্দেশ

NewzNow · ২৬ নৱেম্বৰ ২০২৬

১ / ৫

উত্তৰ প্ৰদেশৰ ২০২৭ চনৰ নিৰ্বাচনৰ পূৰ্বে সাংসদ ইমৰান মাছুদক কথাতকৈ কামত অধিক গুৰুত্ব দিবলৈ আহ্বান জনালে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই।

২ / ৫

লক্ষ্ণৌ, ২৬ নৱেম্বৰ: উত্তৰ প্ৰদেশত ২০২৭ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছৰ মাজত আসন ভাগ-বতৰাৰ আলোচনা চলি থকাৰ মাজতে দলৰ সাংসদ ইমৰান মাছুদক লৈ গুৰুত্বপূৰ্ণ মন্তব্য…

৩ / ৫

বৃহস্পতিবাৰে লক্ষ্ণৌত কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত ‘সংবিধান ৰক্ষা সন্মিলন’ত ভাষণ দি কংগ্ৰেছ সভাপতিগৰাকীয়ে কয় যে টেলিভিছনত তেওঁ প্ৰায়ে সাংসদ ইমৰান মাছুদক আবেগিকভাৱে দলৰ হৈ কথা কোৱা শুনে।

৪ / ৫

খাৰ্গেৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ ইমৰান মাছুদে।

৫ / ৫

উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছৰ মাজত আসন ভাগ-বতৰাৰ আলোচনা চলি থকাৰ সময়তে সমাজবাদী পাৰ্টীয়ে দিয়া ২৬খন আসনৰ প্ৰস্তাৱক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল মাছুদে।

কথাতকৈ কামত গুৰুত্ব দিয়ক: ইমৰান মাছুদক খাৰ্গেৰ নিৰ্দেশ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক