অসম

ঘনকান্ত গগৈৰ মৰোণোত্তৰ পৰীক্ষাক লৈ অনিশ্চয়তা, যোৰহাটলৈ অথবা অসম চিকিৎসা মহাবিদ্যালয়ত নিয়াৰ সম্ভাৱনা

NewzNow · ৪ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

আৰক্ষীৰ গুলীত নিহত ঘনকান্ত গগৈৰ মৰোণোত্তৰ পৰীক্ষাক লৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত জটিলতা সৃষ্টি হৈছে।

২ / ৫

শিৱসাগৰ, ৪ নৱেম্বৰ: আৰক্ষীৰ গুলীত নিহত ঘনকান্ত গগৈৰ মৰোণোত্তৰ পৰীক্ষাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে।

৩ / ৫

অধীক্ষকগৰাকীৰ মতে, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (NHRC) নিৰ্দেশনা অনুসৰি এনে ঘটনাৰ মৰোণোত্তৰ পৰীক্ষাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

৪ / ৫

সেইবাবে শিৱসাগৰৰ পৰিৱৰ্তে যোৰহাট অথবা অসম চিকিৎসা মহাবিদ্যালয়ত ঘনকান্ত গগৈৰ মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ সম্ভাৱনা আছে।

৫ / ৫

ইফালে, ঘনকান্ত গগৈৰ মৃত্যুৰ ঘটনাক লৈ পৰিয়ালৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।

ঘনকান্ত গগৈৰ মৰোণোত্তৰ পৰীক্ষাক লৈ অনিশ্চয়তা, যোৰহাটলৈ অথবা অসম চিকিৎসা মহাবিদ্যালয়ত নিয়াৰ সম্ভাৱনা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক