আম আদমী পাৰ্টীৰ ১৪সংখ্যক প্ৰতিষ্ঠা দিৱসত দলটোৰ ৰাজনৈতিক যাত্ৰা আৰু সাফল্যৰ কথা সোঁৱৰণ কৰিলে ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে।
নতুন দিল্লী, ২৬ নৱেম্বৰ: ‘ৰাজনীতিয়ে আমাক সলনি কৰিব নোৱাৰিলে, আমিহে ৰাজনীতি সলনি কৰিলোঁ’—আম আদমী পাৰ্টী (আপ)ৰ প্ৰতিষ্ঠা দিৱসত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে দলটোৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ…
দল গঠনৰ সময়ত বহুতে ইয়াৰ ভৱিষ্যতক লৈ প্ৰশ্ন তুলিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সকলো প্ৰত্যাহ্বান নেওচি দলটোৱে দেশৰ ৰাজনীতিত নিজৰ সুকীয়া স্থান গঢ়ি তুলিবলৈ সক্ষম হৈছে।
সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বাৰ্তাত কেজৰিৱালে কয় যে দল গঠনৰ সময়ত বহুতে তেওঁলোকে ৰাজনীতিত কিবা কৰিব পাৰিবনে, দলটো কিমান দিন টিকি থাকিব আৰু ৰাজনীতি সম্পৰ্কে তেওঁলোকৰ জ্ঞান কিমান—সেই লৈ…
দলৰ সাফল্য সম্পৰ্কে কেজৰিৱালে উল্লেখ কৰে যে আপে দিল্লী আৰু পঞ্জাৱত চৰকাৰ গঠন কৰিছে।
newznow.in