উত্তৰ-পূৰ্বাঞ্চল

উত্তৰ-পূৰ্বাঞ্চলত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছৰ নেটৱৰ্ক: এনচিবিৰ চাৰ্জশ্বীটত বৃহৎ হাৱালা কেলেংকাৰি পোহৰলৈ

NewzNow · ২৭ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

ম্যানমাৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চল হৈ চলা বৃহৎ ড্ৰাগছ সৰবৰাহ চক্ৰ আৰু ১০০ কোটি টকাৰ হাৱালা লেনদেনৰ তথ্য পোহৰলৈ আনিলে নাৰ্কটিক্স কন্ট্ৰোল ব্যুৰোৱে।

২ / ৫

উত্তৰ-পূৰ্বাঞ্চলৰ চহৰসমূহৰ সাধাৰণ গৃহিনীৰ বেংক একাউণ্ট ব্যৱহাৰ কৰি ভাৰত-ম্যানমাৰ সীমান্তৰে চলিছে কোটি কোটি টকাৰ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছৰ বেহা।

৩ / ৫

তদন্তকাৰী সংস্থাই সদৰী কৰা অনুসৰি, এই চক্ৰটোৱে কেৱল নগদ ধন সৰবৰাহৰ ওপৰত নিৰ্ভৰ নকৰি স্থানীয় লোকসকলক, বিশেষকৈ গৃহিনীসকলক নিজৰ বেংক একাউণ্ট ভাড়াত দিবলৈ প্ৰলোভিত কৰিছিল।

৪ / ৫

চাৰ্জশ্বীটখনৰ তথ্য অনুসৰি, গ্ৰেপ্তাৰ হোৱা লালৰামপাৰী নামৰ এগৰাকী মহিলাই নিজৰ আঠটা আৰু স্বামীৰ এটা বেংক একাউণ্ট এই কামত ব্যৱহাৰ কৰিছিল।

৫ / ৫

চিনটুৱাঙক জেৰা কৰি পোৱা তথ্যৰ ভিত্তিত যোৱা ২৩ অক্টোবৰৰ পুৱতি নিশা এনচিবি, ইডি, মিজোৰাম আৰক্ষী আৰু অন্যান্য ৰাজ্যিক বাহিনীৰ ৩৮টা দলে যৌথভাৱে ‘অপাৰেচন ট্ৰাইডেন্ট’ চলায়।

উত্তৰ-পূৰ্বাঞ্চলত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছৰ নেটৱৰ্ক: এনচিবিৰ চাৰ্জশ্বীটত বৃহৎ হাৱালা কেলেংকাৰি পোহৰলৈ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক