অসম

পুনৰ প্ৰাণ পাই উঠিছে মাগুৰী-মটাপুং বিল: পক্ষীকুলৰ আগমনৰ লগতে বৃদ্ধি পাইছে পৰ্যটন

NewzNow · ২৭ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

বাঘজান কাণ্ডৰ ছয় বছৰৰ পিছত দুখন গৱেষণা পত্ৰত প্ৰকাশ পাইছে মাগুৰী-মটাপুং বিলৰ সুস্থিৰ পৰিৱেশ আৰু পৰ্যটন বিকাশৰ আশাব্যঞ্জক তথ্য।

২ / ৫

তিনিচুকীয়া: ২০২০ চনৰ মে' মাহৰ ভয়ংকৰ বাঘজান তৈলখাদ বিস্ফোৰণৰ ছয় বছৰৰ পিছত এতিয়া লাহে লাহে প্ৰাণ পাই উঠিছে উজনি অসমৰ ঐতিহ্যমণ্ডিত মাগুৰী-মটাপুং বিল।

৩ / ৫

শিলচৰ অসম বিশ্ববিদ্যালয়ৰ গৱেষক কৃত্তিকা গগৈ আৰু পাৰ্থংকৰ চৌধুৰীয়ে চলোৱা এক অধ্যয়নত বিলখন আৰু ইয়াৰ আশে-পাশে থকা ঘাঁহনি, ধাননি পথাৰ তথা বাঘজান অঞ্চলত ২৬ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই নথিভুক্ত…

৪ / ৫

মাগুৰী-মটাপুং গাঁৱৰ ১৫০টা পৰিয়ালৰ ওপৰত চলোৱা আন এক সামাজিক-অৰ্থনৈতিক সমীক্ষাত দেখা গৈছে যে পৰিৱেশ পৰ্যটনে স্থানীয় অৰ্থনীতিত বিশেষ প্ৰভাৱ পেলাইছে।

৫ / ৫

অৱশ্যে বিলখন পুনৰ সুস্থিৰ দিশে অগ্ৰসৰ হ'লেও এতিয়াও কিছুমান প্ৰত্যাহ্বান আঁতৰা নাই বুলি গৱেষকসকলে সতৰ্ক কৰি দিছে।

পুনৰ প্ৰাণ পাই উঠিছে মাগুৰী-মটাপুং বিল: পক্ষীকুলৰ আগমনৰ লগতে বৃদ্ধি পাইছে পৰ্যটন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক