উত্তৰ-পূৰ্বাঞ্চল

কটকটীয়া নিৰাপত্তাৰ মাজত ত্ৰিপুৰাৰ পৌৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ

NewzNow · ২৭ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

আগৰতলা পৌৰ নিগমসহ ত্ৰিপুৰাৰ ১৬ খন পৌৰ সংস্থাৰ ২৬৮ টা ৱাৰ্ডৰ বাবে পুৱাৰে পৰা কটকটীয়া নিৰাপত্তাৰ মাজত ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে।

২ / ৫

আগৰতলা, ২৭ নৱেম্বৰ: কটকটীয়া নিৰাপত্তাৰ মাজেৰে শুকুৰবাৰে পুৱাৰে পৰা আগৰতলা পৌৰ নিগমকে ধৰি ত্ৰিপুৰাৰ ১৬ খন পৌৰ সংস্থাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে।

৩ / ৫

ৰাজ্যখনৰ ১৬ খন পৌৰ সংস্থাৰ মুঠ ২৬৮ খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছে।

৪ / ৫

ৰাজ্যিক নিৰ্বাচন আয়োগৰ সচিব অনুৰাগ সেনে জনায় যে ৰাজ্যৰ সকলো ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু বিয়লি ৪ বজালৈকে এই ভোটদান চলিব।

৫ / ৫

শান্তিপূৰ্ণ আৰু নিকা ভোটগ্ৰহণ নিশ্চিত কৰিবলৈ প্ৰায় ৪,৬০০ গৰাকী ভোটগ্ৰহণকাৰী কৰ্মচাৰীক দায়িত্ব দিয়া হৈছে।

কটকটীয়া নিৰাপত্তাৰ মাজত ত্ৰিপুৰাৰ পৌৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক