পৰিভ্ৰমী আমুৰ ফেলকনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ অসমৰ মূল আশ্ৰয়স্থলীবোৰত অননুমোদিত ড্ৰোণ উৰণ নিষিদ্ধ কৰিছে ৰাজ্য চৰকাৰে।
গুৱাহাটী: প্ৰতিবছৰে শৰৎকালত চাইবেৰিয়া আৰু উত্তৰ চীনৰ পৰা দক্ষিণ আফ্ৰিকালৈ যোৱাৰ পথত জিৰণি ল'বলৈ অসমলৈ অহা ১ লাখৰো অধিক পৰিভ্ৰমী আমুৰ ফেলকনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এক কঠোৰ…
অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) তথা মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন ড° বিনয় গুপ্তাই জাৰি কৰা ৩২৩ নং কাৰ্যালয় আদেশযোগে পক্ষীসমূহৰ বিচৰণ আৰু জিৰণি লোৱা অঞ্চলসমূহত মনোৰঞ্জনমূলক, বাণিজ্যিক…
জাৰি কৰা নিৰ্দেশনা অনুসৰি সংমণ্ডল বন বিষয়াসকলক এই সংবেদনশীল অঞ্চলসমূহৰ সীমা নিৰ্ধাৰণৰ দায়িত্ব দিয়া হৈছে।
জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ সংস্থা 'আৰণ্যক'-ৰ উদ্বেগৰ পিছতে চৰকাৰে এই নিৰ্দেশনা জাৰি কৰে।
newznow.in