দেশ

দুটাতকৈ অধিক সন্তানৰ বাবে শাস্তিমূলক আইন অপ্ৰাসংগিক! দুটা সন্তানৰ নীতি পুনৰ বিবেচনাৰ পোষকতা উচ্চতম ন্যায়ালয়ৰ

NewzNow · ৪ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

জনন হাৰ ১.৯লৈ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত দুটাতকৈ অধিক সন্তান থকা লোকৰ বিৰুদ্ধে থকা শাস্তিমূলক আইনসমূহৰ প্ৰাসংগিকতা পুনৰ বিবেচনাৰ পোষকতা কৰিছে উচ্চতম ন্যায়ালয়ে।

২ / ৫

দেশত জনন হাৰ ক্ৰমাৎ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত দুটাতকৈ অধিক সন্তান থকা লোকক শাস্তি বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বঞ্চিত কৰা আইনসমূহৰ প্ৰাসংগিকতা হ্ৰাস পাইছে বুলি মন্তব্য কৰিছে…

৩ / ৫

মহাৰাষ্ট্ৰৰ এখন পঞ্চায়তত দুটাতকৈ অধিক সন্তান থকা লোকক সদস্য বা সৰপঞ্চ হিচাপে নিৰ্বাচিত হোৱাৰ পৰা অযোগ্য ঘোষণা কৰা আইনৰ শুনানিৰ সময়ত এই মন্তব্য কৰে ন্যায়ালয়ে।

৪ / ৫

আদালতে লগতে উদ্বেগ প্ৰকাশ কৰে যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলে এই নীতিক ইজনে সিজনৰ বিৰুদ্ধে ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে।

৫ / ৫

দেশৰ জনন হাৰৰ পৰিৱৰ্তনৰ তথ্য দাঙি ধৰি আদালতে কয় যে ২০০৩ চনত ভাৰতৰ মুঠ জনন হাৰ আছিল ৩।

দুটাতকৈ অধিক সন্তানৰ বাবে শাস্তিমূলক আইন অপ্ৰাসংগিক! দুটা সন্তানৰ নীতি পুনৰ বিবেচনাৰ পোষকতা উচ্চতম ন্যায়ালয়ৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক