অসম

বৰপেটাৰোডৰ হটাপাৰাত যুৱতীক চোকা অস্ত্ৰৰে ঘপিয়াই নৃশংসভাৱে হত্যা

NewzNow · ২৭ নৱেম্বৰ ২০২৬

১ / ৫

বৰপেটাৰোডৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এগৰাকী যুৱতীক চোকা অস্ত্ৰৰে ডিঙি আৰু মুখমণ্ডলত ঘপিয়াই হত্যা কৰে দুই বাইক আৰোহী দুৰ্বৃত্তই।

২ / ৫

বৰপেটাৰোড: বৰপেটাৰোডৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ হটাপাৰাত এক চাঞ্চল্যকৰ আৰু লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

৩ / ৫

নিহত যুৱতীগৰাকীৰ নাম ৰেজিয়া খাতুন (২৮) বুলি চিনাক্ত কৰা হৈছে।

৪ / ৫

ঘটনাৰ সময়ত যুৱতীগৰাকীৰ লগত আন এগৰাকী যুৱতীও উপস্থিত আছিল।

৫ / ৫

জানিব পৰা মতে, মৃত ৰেজিয়া খাতুনৰ স্বামীৰ সৈতে পাৰিবাৰিক সংঘাত চলি আছিল।

বৰপেটাৰোডৰ হটাপাৰাত যুৱতীক চোকা অস্ত্ৰৰে ঘপিয়াই নৃশংসভাৱে হত্যা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক