অসম

বাল্য বিবাহৰ বিৰুদ্ধে অভিযানত অসমত ৬ হাজাৰৰো অধিক গ্ৰেপ্তাৰ

NewzNow · ২৭ নৱেম্বৰ ২০২৬

১ / ৫

অসমত ২০২১ চনৰ পৰা বাল্যবিবাহৰ বিৰুদ্ধে চলোৱা অভিযানত ৬ হাজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে।

২ / ৫

গুৱাহাটী, ২৭ নৱেম্বৰ: অসমত বাল্যবিবাহৰ বিৰুদ্ধে চলোৱা অভিযানত ২০২১ চনৰ পৰা বৰ্তমানলৈকে ৬ হাজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

৩ / ৫

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে বাল্যবিবাহ নিৰ্মূলৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সংকল্প অটল।

৪ / ৫

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে চলিত বৰ্ষৰ ৪ ছেপ্টেম্বৰত এক প্ৰস্তাৱযোগে ২৭ নৱেম্বৰ তাৰিখটো ‘শিশু, আগতীয়া আৰু বলপূৰ্বক বিবাহ নিৰ্মূলকৰণৰ আন্তঃৰাষ্ট্ৰীয় দিৱস’ হিচাপে ঘোষণা কৰিছিল।

৫ / ৫

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এই তথ্য প্ৰকাশ কৰি বাল্যবিবাহ প্ৰথা সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে চৰকাৰৰ অভিযান অব্যাহত থাকিব বুলি স্পষ্ট কৰে।

বাল্য বিবাহৰ বিৰুদ্ধে অভিযানত অসমত ৬ হাজাৰৰো অধিক গ্ৰেপ্তাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক