উত্তৰ-পূৰ্বাঞ্চল

নিষিদ্ধ গুটখাৰ অবৈধ বেহা! অসম–মেঘালয়ৰ ৬ স্থানত EDৰ অভিযান

NewzNow · ২৭ নৱেম্বৰ ২০২৬

১ / ৫

নিষিদ্ধ গুটখা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ অবৈধ ব্যৱসায়ৰ অভিযোগত অসম আৰু মেঘালয়ৰ ৬টা স্থানত ইডিয়ে তালাচী অভিযান চলাইছে।

২ / ৫

গুৱাহাটী, ২৭ নৱেম্বৰ: নিষিদ্ধ ধঁপাতজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ তথা বিক্ৰীৰ জৰিয়তে ধন সৰবৰাহ কৰাৰ অভিযোগৰ তদন্তৰ অংশ হিচাপে অসম আৰু মেঘালয়ৰ ৬টা স্থানত অভিযান চলাইছে এনফ'ৰ্চমেণ্ট…

৩ / ৫

উদয় চৌৰাছিয়া নামৰ এজন ব্যৱসায়ীৰ সৈতে সম্পৰ্ক থকা বিভিন্ন প্ৰতিষ্ঠান আৰু বাসগৃহত এই তালাচী চলোৱা হয়।

৪ / ৫

ধন সৰবৰাহ প্ৰতিৰোধ আইন চমুকৈ পিএমএলএৰ অধীনত এই তালাচী অভিযান চলোৱা হয়।

৫ / ৫

এই পৰ্যায়ত ইডিৰ অভিযান আৰু তদন্তৰ মূল লক্ষ্য হৈছে নিষিদ্ধ সামগ্ৰীৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত নথি-পত্ৰ আৰু ধনৰ লেনদেনৰ যাৱতীয় তথ্য পৰীক্ষা কৰা।

নিষিদ্ধ গুটখাৰ অবৈধ বেহা! অসম–মেঘালয়ৰ ৬ স্থানত EDৰ অভিযান

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক