অসম

কলেজৰ চৌহদত বনাব নোৱাৰিব ৰীলছ

NewzNow · ২৭ নৱেম্বৰ ২০২৬

১ / ৫

ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত ৰীলছ নিৰ্মাণ আৰু শ্ৰেণীকোঠাত মোবাইল ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে কৰ্তৃপক্ষই।

২ / ৫

কলেজৰ চৌহদত বনাব নোৱাৰিব ৰীলছ।

৩ / ৫

শৈক্ষিক পৰিৱেশ আৰু অনুশাসন অটুট ৰখাৰ স্বাৰ্থত কেইবাটাও কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয় কৰ্তৃপক্ষই।

৪ / ৫

কৰ্তৃপক্ষৰ নিৰ্দেশনাত স্পষ্ট কৰি দিয়া হৈছে যে মহাবিদ্যালয়ৰ নিৰ্ধাৰিত ইউনিফৰ্ম পৰিধান কৰি ভিডিঅ’ নিৰ্মাণ কৰা আৰু ছ’চিয়েল মিডিয়াত আপলোড কৰা কাৰ্য কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে।

৫ / ৫

ইয়াৰ উপৰি শ্ৰেণীকোঠাত পাঠদান চলি থকাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰাত সম্পূৰ্ণ বাধা আৰোপ কৰা হৈছে।

কলেজৰ চৌহদত বনাব নোৱাৰিব ৰীলছ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক