দেশ

‘পুনৰ SIR কৰক, বাবৰ-ঔৰংজেৱৰ সকলো নাম কৰ্তন কৰক’—মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

NewzNow · ৪ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

SIRৰ সমৰ্থনত ভাষণ দি ৰাহুল গান্ধী আৰু কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

২ / ৫

১ নৱেম্বৰ: বিশেষ সংশোধন (SIR)ক লৈ পুনৰ সৰৱ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

৩ / ৫

ভাষণত মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে SIR প্ৰক্ৰিয়াৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা অনুপ্ৰৱেশকাৰীৰ নাম কৰ্তন কৰা হৈছে।

৪ / ৫

ভাষণত মোগল শাসক বাবৰ আৰু ঔৰংজেৱৰ নাম উল্লেখ কৰি শৰ্মাই কয় যে ভোটাৰ তালিকাৰ পৰা ‘বাবৰ আৰু ঔৰংজেৱ’ৰ নাম আঁতৰাবলৈও এই প্ৰক্ৰিয়াৰ প্ৰয়োজন।

৫ / ৫

উল্লেখ্য যে ১ নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত SIR আৰু নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰি INDIA মিত্ৰজোঁটে সমাৱেশ অনুষ্ঠিত কৰিছিল।

‘পুনৰ SIR কৰক, বাবৰ-ঔৰংজেৱৰ সকলো নাম কৰ্তন কৰক’—মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক