ক্ৰীড়া

আৰৱ সাগৰত ১,৩৩০ কিলোমিটাৰ সাঁতুৰি ইতিহাস ৰচিলে গুৱাহাটীৰ এলভিছ আলী হাজৰিকাই

NewzNow · ২৭ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

আৰৱ সাগৰত ১,৩৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিলে সাঁতোৰ সফলতাৰে সম্পূৰ্ণ কৰি ইতিহাস ৰচিলে গুৱাহাটীৰ বিশিষ্ট সন্তৰণবিদ এলভিছ আলী হাজৰিকাই।

২ / ৫

গুৱাহাটী, ২৭ নৱেম্বৰ: আৰৱ সাগৰত ১,৩৩০ কিলোমিটাৰ সাঁতুৰি ইতিহাস ৰচিলে গুৱাহাটীৰ এলভিছ আলী হাজৰিকাই।

৩ / ৫

অসমৰ বিশিষ্ট সন্তৰণবিদ এলভিছ আলী হাজৰিকাই আন তিনিগৰাকী সতীৰ্থৰ সৈতে মিলি আৰৱ সাগৰত ১,৩৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক দুঃসাহসিক ৰিলে সাঁতোৰ সফলতাৰে সম্পূৰ্ণ কৰি ইতিহাস ৰচনা কৰিছে।

৪ / ৫

মুম্বাইৰ পৰা আৰম্ভ হোৱা এই ১৫দিনীয়া দীঘলীয়া অভিযানটো গোৱাৰ মাজেৰে পাৰ হৈ কৰ্ণাটক উপকূলত সমাপ্ত হয়।

৫ / ৫

অভিযানকালত দলটোৱে প্ৰচণ্ড ঢৌ, তীব্ৰ সোঁত, প্ৰতিকূল বতৰ, বিষাক্ত জেলিফিছৰ আক্ৰমণ, ছানবাৰ্ণ, শাৰীৰিক বিষ আৰু অনিদ্ৰাৰ দৰে বহু ভয়াৱহ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল।

আৰৱ সাগৰত ১,৩৩০ কিলোমিটাৰ সাঁতুৰি ইতিহাস ৰচিলে গুৱাহাটীৰ এলভিছ আলী হাজৰিকাই

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক