অনুসূচিত জনজাতিৰ মৰ্যাদা আৰু দৈনিক ৫৫১ টকা মজুৰিৰ দাবীত ডুমডুমাৰ চাহ বাগিচাত আছাৰ পোষ্টাৰ অভিযান।
ডুমডুমা, ২৭ নৱেম্বৰ: অনুসূচিত জনজাতিৰ মৰ্যাদা, ভূমিৰ অধিকাৰ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত তিনিচুকীয়া জিলাৰ ডুমডুমাৰ চাহ বাগিচাসমূহত এক ব্যাপক পোষ্টাৰ অভিযান আৰম্ভ কৰিছে সদৌ…
এই অভিযানৰ জৰিয়তে আদিবাসী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবীসমূহ পুনৰ উত্থাপন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৱে।
সংগঠনটোৱে মূলতঃ চাৰিটা দাবী উত্থাপন কৰিছে।
অভিযানত অংশগ্ৰহণ কৰি চামেলী তাঁতী নামৰ এগৰাকী চাহ শ্ৰমিকে কয় যে ভূমিৰ অধিকাৰ আৰু ন্যায্য মজুৰিৰ বাবে তেওঁলোকে বহু বছৰ ধৰি অপেক্ষা কৰি আহিছে।
newznow.in