অসম

মৈৰাবাৰীৰ প্ৰাক্তন পঞ্চায়ত সভাপতি আক্কাছ আলিৰ জানাজাত ১০ সহস্ৰাধিক লোকৰ সমাগম

NewzNow · ২৭ নৱেম্বৰ ২০২৬

১ / ৫

মৈৰাবাৰীৰ প্ৰাক্তন পঞ্চায়ত সভাপতি তথা সমাজসেৱক।

২ / ৫

আনুমানিক ৭০ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

৩ / ৫

তেওঁ দীর্ঘ দিনৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল।

৪ / ৫

গুৱাহাটীত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে ৮ টা বজাত তেওঁৰ মৃত্যু হয়।

৫ / ৫

আক্কাছ আলিৰ তিনিবাৰ মৈৰাবাৰী গাঁও পঞ্চায়তৰ পৰা সভাপতি হিচাপে আছিল।

মৈৰাবাৰীৰ প্ৰাক্তন পঞ্চায়ত সভাপতি আক্কাছ আলিৰ জানাজাত ১০ সহস্ৰাধিক লোকৰ সমাগম

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক