আন্তঃৰাষ্ট্ৰীয়

১৬ বছৰতে AI উদ্যোগপতি! পুটিনৰ সৈতে সাক্ষাৎ কৰি চৰ্চাত থকা ভাৰতীয় কিশোৰ ৰাউল জন অজু কোন ?

NewzNow · ২৭ নৱেম্বৰ ২০২৬

১ / ৫

মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ চৰ্চা লাভ কৰিছে ১৬ বছৰীয়া ভাৰতীয় এআই উদ্যোগপতি ৰাউল জন অজুৱে।

২ / ৫

নতুন দিল্লী, ২৭ নৱেম্বৰ: মাত্ৰ ১৬ বছৰ বয়সতে কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এআইৰ ক্ষেত্ৰখনত বিশেষ পৰিচয় গঢ়ি তোলা ভাৰতীয় কিশোৰ ৰাউল জন অজুৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিছে।

৩ / ৫

মস্কোত অনুষ্ঠিত ‘এআই জাৰ্নি ২০২৬’ সন্মিলনত ৰাউলে ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ কৰে।

৪ / ৫

কেৰালাৰ বাসিন্দা ৰাউল সৰুৰে পৰাই প্ৰযুক্তিৰ প্ৰতি অত্যন্ত আগ্ৰহী আছিল।

৫ / ৫

পৰৱৰ্তী সময়ত তেওঁ ১০টাতকৈও অধিক এআই-ভিত্তিক সঁজুলি প্ৰস্তুত কৰে আৰু ‘এআই ৰিয়েলম টেকন’লজিছ’ নামৰ এক প্ৰতিষ্ঠান গঢ়ি তোলে।

১৬ বছৰতে AI উদ্যোগপতি! পুটিনৰ সৈতে সাক্ষাৎ কৰি চৰ্চাত থকা ভাৰতীয় কিশোৰ ৰাউল জন অজু কোন ?

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক