দেশ

গুজৰাটত অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিমগঞ্জৰ যুৱক: জইছ-ই-মহম্মদৰ সৈতে সম্পৰ্কৰ অভিযোগ

NewzNow · ২৭ নৱেম্বৰ ২০২৬

১ / ৫

ৱডোদৰা বায়ুসেনা ঘাটিত আক্ৰমণৰ পৰিকল্পনাৰ সন্দেহত গুজৰাট এটিএছে গ্ৰেপ্তাৰ কৰিছে কৰিমগঞ্জৰ মহম্মদ শ্বাহৰুল ইছলাম নামৰ এজন যুৱকক।

২ / ৫

গুৱাহাটী, ২৭ নৱেম্বৰ: অসমৰ কৰিমগঞ্জ জিলাৰ এজন যুৱকক গুজৰাটত অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

৩ / ৫

ধৃত যুৱকজনক কৰিমগঞ্জৰ মহম্মদ শ্বাহৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

৪ / ৫

এটিএছৰ এক নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত উপ-আৰক্ষী অধীক্ষক হৰ্ষ উপাধ্যায়ৰ নেতৃত্বত এই অভিযান চলোৱা হয়।

৫ / ৫

তদন্তকাৰী দলৰ দাবী অনুসৰি, শ্বাহৰুলৰ ম’বাইল পৰীক্ষা কৰি ৱডোদৰা বায়ুসেনা ঘাটিৰ প্ৰৱেশদ্বাৰৰ কেইবাখনো ফটো আৰু ভিডিঅ’ৰ লগতে স্বয়ংক্ৰিয় ৰাইফল ব্যৱহাৰৰ এটা ভিডিঅ’ও উদ্ধাৰ কৰা হৈছে।

গুজৰাটত অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিমগঞ্জৰ যুৱক: জইছ-ই-মহম্মদৰ সৈতে সম্পৰ্কৰ অভিযোগ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক