দেশ

সমষ্টি পুনৰ্নিৰ্ধাৰণ সংলগ্ন মহিলা সংৰক্ষণৰ নতুন বিধেয়কত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

NewzNow · ২৭ নৱেম্বৰ ২০২৬

১ / ৫

সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সৈতে জড়িত মহিলা সংৰক্ষণ বিধেয়কৰ নতুন খচৰাত অনুমোদন জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটে।

২ / ৫

নতুন দিল্লী, ২৭ নৱেম্বৰ: সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সৈতে জড়িত মহিলা সংৰক্ষণ বিধেয়কৰ নতুন খচৰাত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে।

৩ / ৫

২০২৩ চনত সংসদত গৃহীত হোৱা 'নাৰী শক্তি বন্দন অধিনিয়ম'ৰ অধীনত লোকসভা আৰু ৰাজ্য বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল।

৪ / ৫

চলিত বৰ্ষৰ এপ্ৰিল মাহত সমষ্টি পুনৰ্নিৰ্ধাৰণ আৰু মহিলা সংৰক্ষণৰ সৈতে জড়িত সংবিধান সংশোধনী বিধেয়ক লোকসভাত গৃহীত কৰাত চৰকাৰ ব্যৰ্থ হৈছিল।

৫ / ৫

ডিএমকে, এনচিপি আৰু বিআৰএছে বিধেয়কখনক সমৰ্থন জনাব পাৰে বুলি চৰ্চা চলিছে।

সমষ্টি পুনৰ্নিৰ্ধাৰণ সংলগ্ন মহিলা সংৰক্ষণৰ নতুন বিধেয়কত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক