গুৱাহাটীৰ তিনিটা স্থানত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে তৃতীয় উত্তৰ-পূব পেৰা ক্ৰীড়া সমাৰোহ।
গুৱাহাটী, ২৭ নৱেম্বৰ: পেৰালিম্পিক কমিটি অৱ ইণ্ডিয়াৰ তত্ত্বাৱধানত আৰু পেৰালিম্পিক এছ'চিয়েচন অৱ অসমৰ সহযোগত 'উদয়াচল'ৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে তৃতীয় উত্তৰ-পূব পেৰা ক্ৰীড়া…
বন্তি প্ৰজ্বলনেৰে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰে পেৰালিম্পিক এছ'চিয়েচন অৱ অসমৰ মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শৰ্মাই।
ৰাজ্যৰ পেৰা ক্ৰীড়া আৰু খেলুৱৈসকলৰ উত্তৰণৰ বাবে চৰকাৰে আগবঢ়োৱা পৃষ্ঠপোষকতাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই তেওঁ কয় যে পূৰ্বতে পেৰা ক্ৰীড়া সন্থাৰ বাবে চৰকাৰে ১০ লাখ…
অনুষ্ঠানতে ২০২৬ চনৰ গ্লাছগ' কমনৱেলথ গেমছত ১৬ বছৰ বয়সতে ভাৰতক প্ৰতিনিধিত্ব কৰি দেশৰ সৰ্বকনিষ্ঠ তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী মহিলা পেৰা এথলীটৰ গৌৰৱ অৰ্জন কৰা অসমৰ চাইক্লিষ্ট লিজা দাসক ৰাজ্য…
newznow.in