দেশ

‘ককৰোচ জনতা পাৰ্টি’ৰ বিৰুদ্ধে ৫০ কোটি টকাৰ ক্ষতিপূৰণৰ আবেদন শুনিবলৈ অস্বীকাৰ দিল্লী উচ্চ ন্যায়ালয়ৰ

NewzNow · ২৮ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

দিল্লীত প্ৰতিবাদৰ ফলত সাধাৰণ নাগৰিকৰ অসুবিধা হোৱা বুলি অভিযোগ কৰি ‘ককৰোচ জনতা পাৰ্টি’ৰ বিৰুদ্ধে ৫০ কোটি টকাৰ ক্ষতিপূৰণ বিচৰা আবেদন শুনিবলৈ দিল্লী উচ্চ ন্যায়ালয়ে অস্বীকাৰ কৰিছে।

২ / ৫

নতুন দিল্লী, ২৮ অক্টোবৰঃ দিল্লীত প্ৰতিবাদৰ ফলত সাধাৰণ নাগৰিকৰ অসুবিধা আৰু জনজীৱনত হোৱা ব্যাঘাতৰ অভিযোগ উত্থাপন কৰি ‘ককৰোচ জনতা পাৰ্টি’ৰ (Cockroach Janata Party) বিৰুদ্ধে ৫০ কোটি টকাৰ…

৩ / ৫

বুধবাৰে ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ নীতিন ৱাছুদেৱ সাম্ব্ৰে আৰু ন্যায়াধীশ সঞ্জয় শৰ্মাৰ খণ্ড বিচাৰপীঠে আবেদনখনৰ শুনানি গ্ৰহণ কৰে।

৪ / ৫

আবেদনকাৰীৰ অভিযোগ অনুসৰি, দিল্লীৰ জনবহুল অঞ্চলত অনুষ্ঠিত প্ৰতিবাদৰ ফলত যান-বাহন চলাচলত ব্যাঘাত জন্মাৰ লগতে ব্যৱসায়ী, যাত্ৰী, কৰ্মচাৰী আৰু বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দৈনন্দিন জীৱন প্ৰভাৱিত…

৫ / ৫

আবেদনকাৰীয়ে ‘কমিউনিটি ফাইন’ বা সামূহিক জৰিমনাৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী জনাইছিল।

‘ককৰোচ জনতা পাৰ্টি’ৰ বিৰুদ্ধে ৫০ কোটি টকাৰ ক্ষতিপূৰণৰ আবেদন শুনিবলৈ অস্বীকাৰ দিল্লী উচ্চ ন্যায়ালয়ৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক