ৰাজনীতি

সমষ্টি পুনৰ্নিৰ্ধাৰণক সমৰ্থন শাৰদ পাৱাৰৰ এনচিপিৰ, বিৰোধী মিত্ৰজোঁটত মতভেদ

NewzNow · ২৭ নৱেম্বৰ ২০২৬

১ / ৫

সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াক সমৰ্থন জনোৱাৰ সিদ্ধান্ত লৈছে শাৰদ পাৱাৰ নেতৃত্বাধীন এনচিপিয়ে।

২ / ৫

মুম্বাই, ২৭ নৱেম্বৰ: লোকসভা সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈ বিৰোধী 'ইণ্ডিয়া' মিত্ৰজোঁটৰ মাজত মতভেদ স্পষ্ট হৈ পৰিছে।

৩ / ৫

মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত শুকুৰবাৰে দলৰ মুৰব্বী শাৰদ পাৱাৰৰ সৈতে হোৱা এক বৈঠকৰ অন্তত হাস্পতালৰ বাহিৰত আৱহাদে সাংবাদিকৰ আগত কয় যে সংবিধানৰ বিধান অনুসৰি সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰাটো…

৪ / ৫

এনচিপি (এছ পি)ৰ এই ঘোষণাই বিৰোধী শিবিৰত নতুন চৰ্চাৰ সৃষ্টি কৰিছে।

৫ / ৫

আনহাতে, সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সৈতে মহিলা সংৰক্ষণক সংযোগ কৰা বিষয়টোক লৈ সমালোচনা কৰিছে কংগ্ৰেছ সাংসদ শশী থাৰুৰে।

সমষ্টি পুনৰ্নিৰ্ধাৰণক সমৰ্থন শাৰদ পাৱাৰৰ এনচিপিৰ, বিৰোধী মিত্ৰজোঁটত মতভেদ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক