অসম

অসমৰ ভূমিত মেঘালয়ৰ বিদ্যালয় নিৰ্মাণৰ অভিযোগ, দক্ষিণ কামৰূপত প্ৰশাসনৰ উচ্ছেদ অভিযান

NewzNow · ২৭ নৱেম্বৰ ২০২৬

১ / ৫

দক্ষিণ কামৰূপৰ জালুকপাহাম নতুনবস্তিত অসমৰ ভূমিত অবৈধভাৱে নিৰ্মাণ কৰা বিদ্যালয়ত প্ৰশাসনে চলালে বুলড'জাৰ।

২ / ৫

দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তত অবৈধ নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে।

৩ / ৫

পলাশবাৰীৰ ৰাজহ চক্ৰ বিষয়া ড০ অংকিতা শৰ্মাৰ নেতৃত্বত প্ৰশাসনৰ এটা দলে বুলড'জাৰ লৈ দুৰ্গম পাহাৰীয়া অঞ্চলটোত উপস্থিত হয়।

৪ / ৫

পলাশবাৰী, ছয়গাঁও আৰু বকো ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী অৰ্ধশতাধিক গাঁৱত দীৰ্ঘদিন ধৰি ভূমি বেদখলৰ অভিযোগ উত্থাপন হৈ আহিছে।

৫ / ৫

সীমান্ত অঞ্চলত ভূমি সুৰক্ষাৰ ক্ষেত্ৰত বন বিভাগ আৰু আৰক্ষীৰ ভূমিকা সন্দৰ্ভতো স্থানীয়ভাৱে প্ৰশ্ন উত্থাপন হৈছে।

অসমৰ ভূমিত মেঘালয়ৰ বিদ্যালয় নিৰ্মাণৰ অভিযোগ, দক্ষিণ কামৰূপত প্ৰশাসনৰ উচ্ছেদ অভিযান

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক