ওহাইঅ’ৰ গৱৰ্ণৰ নিৰ্বাচনত ১০ কোটি ডলাৰৰো অধিক খৰচৰ পাছতো হাৰিলে ভাৰতীয় মূলৰ ৰিপাব্লিকান প্ৰাৰ্থী বিবেক ৰামস্বামী।
২০২৬ চনৰ আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত ভাৰতীয় মূলৰ কেইবাগৰাকীও ৰাজনীতিকে উল্লেখযোগ্য সফলতা লাভ কৰিছে।
Floridaৰ ২২সংখ্যক Congressional Districtৰ পৰা ডেম’ক্ৰেটিক প্ৰাৰ্থী পিয়া দাণ্ডিয়াই জয়লাভ কৰি US House of Representativesলৈ নিৰ্বাচিত হৈছে।
ইফালে, Virginiaৰ ১০সংখ্যক Congressional Districtৰ পৰা ভাৰতীয় মূলৰ ডেম’ক্ৰেটিক নেতা সুহাস সুব্ৰমনিয়মে পুনৰ জয়লাভ কৰিছে।
Marylandতো ভাৰতীয় মূলৰ ৰাজনীতিক অৰুণা মিলাৰে পুনৰ সফলতা লাভ কৰিছে।
newznow.in