ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত চাহ উদ্যোগৰ বাবে ১৫২ কোটি আৰু কাছাৰত গোদৰেজৰ ১০১ কোটি টকাৰ বিনিয়োগত অনুমোদন জনোৱা হৈছে।
গুৱাহাটী, ২৭ নৱেম্বৰ: ৰাজ্যৰ উদ্যোগ, নগৰ উন্নয়ন, বন সংৰক্ষণ আৰু আভ্যন্তৰীণ জল পৰিবহণ খণ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেটে।
ইয়াৰ উপৰি কাছাৰ জিলাত গোদৰেজ কোম্পানীয়ে এক নতুন উদ্যোগ স্থাপন কৰিব।
বন সংৰক্ষণৰ দিশতো কেবিনেটে কেতবোৰ পদক্ষেপ হাতত লৈছে।
নগৰ উন্নয়ন আৰু প্ৰশাসন অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে দলগাঁও আৰু তিতাবৰত নতুন পৌৰসভা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
newznow.in