অসম

চানডুবি বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিবলৈ চৰকাৰলৈ প্ৰস্তাৱ বন বিভাগৰ

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

কামৰূপ জিলাৰ ঐতিহাসিক চানডুবি বিলক আন্তঃৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন ৰামছাৰ ক্ষেত্ৰৰ স্বীকৃতি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বন বিভাগে।

২ / ৫

আমিনগাঁও, ২৮ নৱেম্বৰ: কামৰূপ জিলাৰ ঐতিহাসিক চানডুবি বিলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জলাশয় হিচাপে ৰামছাৰ ক্ষেত্ৰৰ মান্যতা দিয়াৰ বাবে বন বিভাগে ৰাজ্য চৰকাৰলৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰাৰ সিদ্ধান্ত…

৩ / ৫

পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন বিষয়া অশোক কুমাৰ দেৱ চৌধুৰীয়ে জনোৱা মতে, জিলা আয়ুক্তগৰাকীৰ নিৰ্দেশ অনুসৰি চানডুবি বিলক ৰামছাৰ ক্ষেত্ৰ ঘোষণা কৰাৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে অতি সোনকালে এই…

৪ / ৫

উল্লেখ্য যে চানডুবি বিলক পূৰ্বেই ‘গুৰুত্বপূৰ্ণ চৰাই এলেকা’ (আই বি এ) হিচাপে স্বীকৃতি দিয়া হৈছে।

৫ / ৫

লোহাৰঘাট বন এলেকাৰ অন্তৰ্গত বৰদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত এই বিলখন অৱস্থিত।

চানডুবি বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিবলৈ চৰকাৰলৈ প্ৰস্তাৱ বন বিভাগৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক