ছাংগৰুৰৰ কংগ্ৰেছৰ ‘ইনছাফ ৰেলী’ত সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ প্ৰসংগ উত্থাপন ৰাহুল গান্ধীৰ।
ছাংগৰুৰ, ৪ নৱেম্বৰঃ পঞ্জাবৰ ছাংগৰুৰত বুধবাৰে অনুষ্ঠিত কংগ্ৰেছৰ ‘ইনছাফ ৰেলী’ত অংশগ্ৰহণ কৰি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে প্ৰয়াত পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ প্ৰসংগ…
ৰাহুল গান্ধীয়ে সিদ্ধু মুছেৱালাৰ সৈতে হোৱা প্ৰথম সাক্ষাতৰ কথাও স্মৰণ কৰে।
কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে মুছেৱালা আছিল এগৰাকী প্ৰতিভাশালী, উদ্যমী আৰু সম্ভাৱনাপূৰ্ণ যুৱক।
ৰাহুল গান্ধীৰ অভিযোগ, সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ আঁৰৰ মানসিকতা এতিয়া পঞ্জাবৰ বিভিন্ন অঞ্চললৈ বিয়পি পৰিছে।
newznow.in