অসম

ঢকুৱাখনাত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ক্ষোভ, চৰকাৰক বাস্তৱ পদক্ষেপ গ্ৰহণৰ দাবী চুতীয়া যুৱ সন্মিলনৰ

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ঢকুৱাখনাত চৰকাৰৰ বিৰুদ্ধে সৰৱ হ'ল চুতীয়া যুৱ সন্মিলন, অসমৰ সভাপতি কৌস্তৱ কিশোৰ চুতীয়া।

২ / ৫

লখিমপুৰ, ৭ মাৰ্চ: ৰাজ্যৰ বজাৰত অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ সময়তে চৰকাৰক কেৱল আশ্বাস এৰি বাস্তৱ…

৩ / ৫

সভাপতিগৰাকীয়ে উল্লেখ কৰে যে চাউল, দাইল, খোৱাতেল, পিয়াঁজ, আলু, শাক-পাচলি আৰু ৰন্ধন গেছৰ বৰ্ধিত মূল্যই বিশেষকৈ নিম্ন আয়ৰ পৰিয়াল, মধ্যবিত্ত, দিন হাজিৰা কৰা শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক…

৪ / ৫

চৰকাৰে সময়ে সময়ে মূল্য নিৰীক্ষণ, মজুতদাৰী ৰোধ আৰু অসাধু ব্যৱসায়ীৰ ওপৰত প্ৰশাসনিক নজৰদাৰীৰ কথা ঘোষণা কৰি আহিছে যদিও বজাৰত তাৰ কোনো বাস্তৱ সুফল সাধাৰণ গ্ৰাহকে লাভ কৰা নাই বুলি সন্মিলনে…

৫ / ৫

বজাৰ ব্যৱস্থা সুশৃংখল কৰা আৰু কৃত্ৰিম নাটনি ৰোধ কৰাৰ দায়িত্ব চৰকাৰৰ বুলি উল্লেখ কৰি সংগঠনটোৱে কেইবাটাও দাবী উত্থাপন কৰে।

ঢকুৱাখনাত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ক্ষোভ, চৰকাৰক বাস্তৱ পদক্ষেপ গ্ৰহণৰ দাবী চুতীয়া যুৱ সন্মিলনৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক