কলিয়াবৰৰ বৰঘূলীত মিনি ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষত শোণিতপুৰৰ এজন যুৱক গুৰুতৰভাৱে আহত হয়।
কলিয়াবৰৰ বৰঘূলীত ভয়ংকৰ পথ দুৰ্ঘটনা: গুৰুতৰভাৱে আহত বাইক আৰোহী, পথ অৱৰোধ কৰি প্ৰতিবাদ
নগাঁও: নগাঁও জিলাৰ কলিয়াবৰৰ বৰঘূলীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
জানিব পৰা মতে, দুৰ্ঘটনাটোত আহত মটৰচাইকেল আৰোহীজনক শোণিতপুৰ জিলাৰ ছহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।
ইফালে, দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
newznow.in