অসম

২০২৭ চনৰ জানুৱাৰীৰ পৰা হৰ্ণমুক্ত চহৰ হিচাপে গঢ়ি তোলা হ'ব কোকৰাঝাৰক

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

২০২৭ চনৰ জানুৱাৰীৰ পৰা কোকৰাঝাৰ চহৰক হৰ্ণমুক্ত চহৰ হিচাপে ঘোষণা কৰাৰ পৰিকল্পনা জিলা প্ৰশাসনৰ।

২ / ৫

কোকৰাঝাৰ, ২৭ নৱেম্বৰ: ২০২৭ চনৰ জানুৱাৰী মাহৰ পৰা কোকৰাঝাৰ চহৰক হৰ্ণমুক্ত চহৰ হিচাপে ঘোষণা কৰা হ'ব।

৩ / ৫

শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ আৰু পথ সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে কোকৰাঝাৰ সদৰ থানাৰ সন্মুখত এই সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

৪ / ৫

দুৰ্ঘটনা ৰোধ আৰু জনসাধাৰণৰ জীৱন ৰক্ষাৰ স্বাৰ্থত যান-বাহনৰ সকলো নিয়ম নিষ্ঠাৰে পালন কৰিবলৈ জিলাধিপতিগৰাকীয়ে ৰাইজক আহ্বান জনায়।

৫ / ৫

সজাগতা অভিযানৰ অংশ হিচাপে 'লৌৰগী থিয়েটাৰ গ্ৰুপ'ৰ দ্বাৰা এটি বাটৰ নাট প্ৰদৰ্শন কৰা হয়।

২০২৭ চনৰ জানুৱাৰীৰ পৰা হৰ্ণমুক্ত চহৰ হিচাপে গঢ়ি তোলা হ'ব কোকৰাঝাৰক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক