অসম

যোগীঘোপাৰ নৰনাৰায়ণ সেতুৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা, বিলাসীপাৰাৰ এজনৰ মৃত্যু আৰু তিনিজন আহত

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

যোগীঘোপাত ডাম্পাৰ আৰু এল্ট’ গাড়ীৰ মুখামুখি সংঘৰ্ষত ধুবুৰীৰ বিলাসীপাৰাৰ এজন লোকৰ থিতাতে মৃত্যু ঘটাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আহত হয়।

২ / ৫

ধুবুৰী, ২৮ নৱেম্বৰ: যোগীঘোপাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নৰনাৰায়ণ সেতুৰ সমীপত আজি পুৱতি নিশা সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত ধুবুৰী জিলাৰ বিলাসীপাৰাৰ এজন লোক থিতাতে নিহত হয়।

৩ / ৫

নিহত লোকজন বিলাসীপাৰাৰ মহেজ আলী বুলি চিনাক্ত কৰা হৈছে।

৪ / ৫

ঘটনাৰ বিৱৰণি অনুসৰি, বঙাইগাঁৱৰ দিশৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা এএছ-০১ এমচি-৩০২১ নম্বৰৰ এখন ডাম্পাৰ আৰু গোৱালপাৰাৰ ফালৰ পৰা বিলাসীপাৰা অভিমুখে আহি থকা এএছ-০১ জিইউ-২৪৭১ নম্বৰৰ এল্ট’ বাহনখনৰ…

৫ / ৫

স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত আহতসকলক উদ্ধাৰ কৰি প্ৰথমে চলন্তাপাৰা সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়া হয়।

যোগীঘোপাৰ নৰনাৰায়ণ সেতুৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা, বিলাসীপাৰাৰ এজনৰ মৃত্যু আৰু তিনিজন আহত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক