অসম

নাবালিকাক অপহৰণ আৰু ধৰ্ষণৰ গোচৰত যুৱকক ১০ বছৰৰ কাৰাদণ্ড কাছাৰ আদালতৰ

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

নাবালিকাক অপহৰণ আৰু ধৰ্ষণৰ গোচৰত কাৰ্তিক দাস নামৰ এজন যুৱকক ১০ বছৰৰ কাৰাদণ্ড বিহিছে কাছাৰৰ বিশেষ আদালতে।

২ / ৫

শিলচৰ: এগৰাকী নাবালিকাক অপহৰণ কৰি ধৰ্ষণ কৰাৰ গোচৰত কাৰ্তিক দাস ওৰফে পঙ্কু নামৰ এজন যুৱকক ১০ বছৰৰ কাৰাদণ্ড বিহিছে কাছাৰৰ বিশেষ আদালতে।

৩ / ৫

ঘটনাৰ বিৱৰণী অনুসৰি, ২০২৩ চনৰ ১৪ অক্টোবৰত মহালয়াৰ দিনা পুৱতি নিশা কাটিগড়া থানা এলেকাৰ ১৬ বছৰীয়া নাবালিকাগৰাকী ঘৰৰ পৰা ওলাই যোৱাৰ পাছত সন্ধানহীন হৈ পৰে।

৪ / ৫

এজাহাৰৰ ভিত্তিত তদন্ত চলাই আৰক্ষীয়ে ঘটনাৰ তিনিদিন পাছত কাৰ্তিকৰ ঘৰৰ পৰা নাবালিকাগৰাকীক উদ্ধাৰ কৰে।

৫ / ৫

আৰক্ষীৰ তদন্তৰ অন্তত আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়।

নাবালিকাক অপহৰণ আৰু ধৰ্ষণৰ গোচৰত যুৱকক ১০ বছৰৰ কাৰাদণ্ড কাছাৰ আদালতৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক