দেশ

বৰোদৰাত গ্ৰেপ্তাৰ জেহাদী ছাহাৰুল : শ্ৰীভূমিৰ পূব টঙ্গিবাৰীৰ বাসগৃহত গুজৰাট এটিএছৰ অভিযান

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

বৰোদৰা বায়ুসেনা ঘাটিত আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ছাহাৰুল ইছলামৰ শ্ৰীভূমিৰ বাসগৃহত গুজৰাট এটিএছে অভিযান চলায়।

২ / ৫

শ্ৰীভূমি, ২৮ নৱেম্বৰ: গুজৰাটৰ বৰোদৰাস্থিত ভাৰতীয় বায়ুসেনাৰ ঘাটিত আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসমৰ যুৱক ছাহাৰুল ইছলামৰ বাসগৃহত অভিযান চলাইছে গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী…

৩ / ৫

তদন্তকাৰী সংস্থাৰ মতে, পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ সৈতে ছাহাৰুলৰ যোগাযোগ আছিল।

৪ / ৫

ইতিমধ্যে তদন্তকাৰী সংস্থাই ছাহাৰুলৰ ম’বাইল ফোনৰ পৰা ঘাটিটোৰ বিভিন্ন ছবি, মেপ আৰু হোৱাটছএপৰ কথোপকথন উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে।

৫ / ৫

স্থানীয় সূত্ৰৰ মতে, ছাহাৰুলে আছিমগঞ্জ অঞ্চলৰ এখন মাদ্ৰাছাৰ উপৰি উত্তৰ প্ৰদেশৰ দেওবন্দৰ মাদ্ৰাছাতো কিছুদিন অধ্যয়ন কৰিছিল।

বৰোদৰাত গ্ৰেপ্তাৰ জেহাদী ছাহাৰুল : শ্ৰীভূমিৰ পূব টঙ্গিবাৰীৰ বাসগৃহত গুজৰাট এটিএছৰ অভিযান

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক