অসম

গুৱাহাটীৰ খানাপাৰাত আৰম্ভ হ'ল ১৭ সংখ্যক অসমী সৰস মেলা

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

গুৱাহাটীৰ খানাপাৰাত ২৭ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে ১৭ সংখ্যক অসমী সৰস মেলা।

২ / ৫

গুৱাহাটীত ১৭ সংখ্যক অসমী সৰস মেলাৰ শুভাৰম্ভ, অংশগ্ৰহণ ৩১৫টা বাণিজ্যিক প্ৰতিষ্ঠানৰ

৩ / ৫

গুৱাহাটী: গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে ১৭ সংখ্যক অসমী সৰস মেলা।

৪ / ৫

দেশৰ বিভিন্ন প্ৰান্তৰ পৰম্পৰাগত শিল্প, হস্তশিল্প আৰু থলুৱা সামগ্ৰীক এখন মঞ্চত তুলি ধৰাৰ উদ্দেশ্যে এই মেলাৰ আয়োজন কৰা হৈছে।

৫ / ৫

ভাৰতৰ ২৭খন ভিন্ন ৰাজ্যৰ পৰা ব্যৱসায়ী, শিল্পী আৰু প্ৰদৰ্শকসকলে নিজৰ নিজৰ পৰম্পৰাগত সামগ্ৰী লৈ মেলাত অংশগ্ৰহণ কৰিছে।

গুৱাহাটীৰ খানাপাৰাত আৰম্ভ হ'ল ১৭ সংখ্যক অসমী সৰস মেলা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক