অসম

গুৱাহাটীৰ বৰা ছাৰ্ভিচৰ ডকাইতি কাণ্ডত জড়িত আছিল প্ৰতিষ্ঠানৰে কৰ্মচাৰী

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

গুৱাহাটীৰ বৰা ছাৰ্ভিচত সংঘটিত ডকাইতি কাণ্ডৰ তদন্তত ওলাই পৰিছে নাটকীয় তথ্য।

২ / ৫

গুৱাহাটীৰ বৰা ছাৰ্ভিচ অঞ্চলৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ তদন্তত এক নতুন আৰু চাঞ্চল্যকৰ দিশ পোহৰলৈ আহিছে।

৩ / ৫

আৰক্ষীৰ ভাষ্য অনুসৰি, দ্বীপেন পাচী নামৰ এজন লোকে হাতত মাৰণাস্ত্ৰ লৈ দোকানখনৰ ভিতৰত প্ৰৱেশ কৰিছিল।

৪ / ৫

ঘটনাৰ তদন্তত নামি আৰক্ষীয়ে চলোৱা জেৰাত এই সমগ্ৰ ডকাইতি কাণ্ডৰ আঁৰৰ গোপন তথ্য ফাদিল হয়।

৫ / ৫

প্ৰতিষ্ঠানখনৰে কৰ্মচাৰীয়ে পৰিকল্পিতভাৱে এই ডকাইতি কাণ্ড সংঘটিত কৰাত সহায় কৰা বুলি আৰক্ষীয়ে সদৰী কৰিছে।

গুৱাহাটীৰ বৰা ছাৰ্ভিচৰ ডকাইতি কাণ্ডত জড়িত আছিল প্ৰতিষ্ঠানৰে কৰ্মচাৰী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক