শ্বিলঙত ১৬ বছৰীয়া কিশোৰ একাংশ জিন্দালৰ ড্ৰাগছ সেৱনজনিত মৃত্যুৰ ঘটনাত দাখিল কৰা চাৰ্জশ্বীটত এজন টিউচন শিক্ষকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।
শ্বিলং, গুৱাহাটী: শ্বিলঙত ১৬ বছৰীয়া কিশোৰ একাংশ জিন্দালৰ ড্ৰাগছ সেৱনজনিত অস্বাভাৱিক মৃত্যুৰ ঘটনাত দাখিল কৰা চাৰ্জশ্বীটত এজন টিউচন শিক্ষকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।
অভিযোগ অনুসৰি, শিক্ষক ছানী সিনহাই প্ৰথমে একাংশ আৰু তেওঁৰ বন্ধুবৰ্গক ভাঙৰ সৈতে চিনাকি কৰাই দিছিল।
আনহাতে, ৰীতা খাৰশ্বীঙে এটা বৃহৎ ড্ৰাগছ সৰবৰাহ চক্ৰ চলাই থকাৰ অভিযোগ আছে, যাৰ এজেণ্ট আছিল নংগ্ৰুম।
চাৰ্জশ্বীটখনত ভাৰতীয় ন্যায় সংহিতাৰ ১২৩ নম্বৰ ধাৰাৰ লগতে অপৰাধমূলক ষড়যন্ত্ৰ আৰু উচতনি যোগোৱাৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে।
newznow.in